Artists :Mon Akash Musical,Rupam Borah,JKRVGenre :Modern13 PlaysSinger: Mon Akash, Rupam BorahLyricist: Sutirtha MadhavTune: Mon Akash, Pranab PitikonMusic: JKRVAdditional Music: ARMETIC, Pranab PitikonVocal Recordist: Pranab PitikonMix & Master: Pranab PitikonCopyright © Jyoti Digital MediaLyricsতুমি মোৰ বুকুৰ কোণৰেআলসুৱাকৈ অঁকা এটি মিঠা হাঁহিচুমি নিয়া হিয়াৰ মাজেৰেফাগুনি পলাসৰে এটি ৰঙা পাহিআৱেগৰে পচোৱাই আহিকঁপালে প্ৰাণৰে পাপৰিযৌৱনৰে জোনাক নিশায়ো আহিমাতিলে প্ৰেমৰ জোনাকীনিমাত নিশাত লাজে লাজেকাষলে আহানা তুমি(Hook - প্ৰেমৰ পখিলা খেদি খেদি ধীৰে ধীৰে আহানা তুমিমোৰ পৃথিৱীৰে এটি সুৱাসতে তুমি অভিমানীতুমি বিয়পিলা মোৰ সিৰে সিৰে সানি শেৱালীMusic গানে গানে আহি মনে মনে হাঁহিগোপনে নাছানা তুমিপ্ৰাণে প্ৰাণে আজি ঘনে ঘনে বাজেপ্ৰেমৰে মিঠা সুহুৰিঅধৰৰে এটি উজানতে আহে মৌন কোমল ৰ'দালীমনে মনে আহি ঘনে ঘনে হাঁহিলিখিলা প্ৰেমৰ চিঠিলাজে লাজে বহি প্ৰাণে প্ৰাণে দিলা সানি প্ৰেমৰ ৰাগিনী(Hook - প্ৰেমৰ পখিলা খেদি খেদি ধীৰে ধীৰে আহানা তুমিমোৰ পৃথিৱীৰে এটি সুৱাসতে তুমি অভিমানীতুমি বিয়পিলা মোৰ সিৰে সিৰে সানি শেৱালী