Ene Lage
Similar songs
Rap Game Freestyle
Q Mark01:14
Neherau Buli
Manab Nath02:33
Paap
DETROIT DYG02:31
Mahishasurbardhini (Rap)
Aayush Barman01:30
Tandava
Pabitra Bhuyan04:59
Xopun
Yu9g Nicky02:54
Joi Aai Axom
Debabrata Gogoi,Rigved3:33
Bwisagu
Miniswrang Brahma03:14
Uronia
Rishi Raj Phukhan04:05
Boroxun Ejak (Reprise)
Ranbeer Kalita02:13
Similar Songs
Rap Game Freestyle
Q Mark
Neherau Buli
Manab Nath
Paap
DETROIT DYG
Mahishasurbardhini (Rap)
Aayush Barman
Tandava
Pabitra Bhuyan
Xopun
Yu9g Nicky
Joi Aai Axom
Debabrata Gogoi,Rigved
Bwisagu
Miniswrang Brahma
Uronia
Rishi Raj Phukhan
Boroxun Ejak (Reprise)
Ranbeer Kalita
About song
Album: Upohar
Genre :Hip Hop
2 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah
Yeah, yeah
Yeah, yeah
এনে লাগে (এনে লাগে)
মোৰ এনে লাগে (এনে লাগে)
Yeah, yeah
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (Yeah, yeah)
তুমি পৰশতে থাকা মোৰ দিনে ৰাতি (yeah)
তোমাৰ last name মই change কৰিম জল্ডী (yeah)
ৰৈ আছোঁ মই তোমাৰ বাবে গুৱাহাটীত (গুৱাহাটীত)
দেৰগাঁওৰ পৰা কৰিছোঁ মই মৰম receive (মৰম received)
এতিয়া মইটো bless feel কৰি আছোঁ (কৰি আছোঁ)
কথা পাতিলে দূৰত গুচি যাই stress বোৰো (stress বোৰো)
প্ৰথম চাৱনিতে মই যে ৰৈ গলো (ৰৈ গলো)
অলপ ৰৈ ফালে এইবাৰ মই বৈ গলো (বৈ গলো)
বৈ গলো মই, তোমাতেই, তোমাতেই (owowo)
ৰৈ গলো মই, চাৱনিতে, চাৱনিতে
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা, yeah)
মই যাই আছো নৰখাকে একেৰাহে (yeah, yeah)
মই জানো আমি দুয়ো আছো বাহিৰতে (বাহিৰতে)
কিছু হাঁহিৰ কাৰণ তুমি হৈ যে পৰিছা (যে পৰিছা)
আৰু কিছু হাঁহি আনিম মই তোমাৰ বাবে (তোমাৰ বাবে)
সঁৰগ কৰি দিছা মণৰে বাগিচাখন (বাগিচাখন)
আৰু তোমাৰ বাবে লৈ যাম ফুল মই (গোলাপ ফুল মই)
এবাৰ মৰমতে মাত দিলে কত বুলি (কত বুলি)
কও তোমাক মই আছো যে ৰোমত (yeah, yeah)
বৈ গলো মই, তোমাতেই, তোমাতেই (yeah)
ৰৈ গলো মই, চাৱনিতে, চাৱনিতে
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah