Artists :Mon Akash Musical,Armetic,Pranab PitikonGenre :Modern728 PlaysSinger: Mon Akash MusicalFeaturing Artist: NALyricist: Sutirtha MadhavTune: Mon Akash Musical, Rupam BorahMusic: ARMETIC, Pranab PitikonFlute: Gouranga SaikiaMix: Pranab PitikonMaster: Nilutpal XobdoCopyright © Jyoti Digital MediaLyricsসেই প্ৰহেলিকাএবাৰ ঘূৰি চোৱাসেই প্ৰহেলিকামোৰে হৈ ৰোৱাশীতল শীতৰে হিমসুখৰে শাৰদী বীণতোমাৰে দুচকুতে কলিজা পৰাধীনপ্ৰণয়ৰে প্ৰতিলিপি লিখিবাৰে বাৰে হাঁহি ৰোৱা তুমিলাজৰে এমুঠি জীয়া ৰং সানিবুকুতে বাগৰে বলিয়া বসন্তবৰণীয়া ব'হাগৰে গানকোমল কুঁহিপাতেমিঠা ৰাগ জুৰেজীৱন জীয়াৰ যেনএটি ৰঙা সোপানলাহে লাহে বাঢ়ে মৰমঘনে ঘনে কঁপে বুকুখনঅজলা মৰমৰ অজানা ৰাগিনী হৈসপোন বাটে আহিনাযাবা দূৰণিলৈবাৰে বাৰে ভালপোৱা সানিম তোমাকেসপোনৰে সাকোঁ পাৰি ভাবিম তোমাকেযৌৱনৰে উশাহবোৰো পিন্ধাম তোমাকেআৱেগৰে ৰং সিঁচি নাযাবা আনলেসেই প্ৰহেলিকা এবাৰ ঘূৰি চোৱাসেই প্ৰহেলিকামোৰে হৈ ৰোৱাআধা বাটতে এৰি নাযাবা দেই আঁতৰিবাৰে বাৰে ভালপোৱা সানিম তোমাকে