Baahi by xomoy

Rename playlist

Huna Na, Listen the songs of  Huna Na, Play the songs of Huna Na, Download the songs of Huna Na

Huna Na

Copyright © Mogno 4ever Records

Similar Songs

Ujuti, Listen the song Ujuti, Play the song Ujuti, Download the song Ujuti

Ujuti

YOD

Oxoijyokor, Listen the song Oxoijyokor, Play the song Oxoijyokor, Download the song Oxoijyokor

Oxoijyokor

Zin

Jilikibo, Listen the song Jilikibo, Play the song Jilikibo, Download the song Jilikibo

Jilikibo

DETROIT DYG,Dxa

Dard Ka Safar, Listen the song Dard Ka Safar, Play the song Dard Ka Safar, Download the song Dard Ka Safar

Dard Ka Safar

MC CHHAYACHITR,OP MAHESH

Fagwla Jabai, Listen the song Fagwla Jabai, Play the song Fagwla Jabai, Download the song Fagwla Jabai

Fagwla Jabai

Ansu Sina Swargiary,Nitamoni Boro

PRATYAHBAAN, Listen the song PRATYAHBAAN, Play the song PRATYAHBAAN, Download the song PRATYAHBAAN

PRATYAHBAAN

DOL

Tumar Bouncy, Listen the song Tumar Bouncy, Play the song Tumar Bouncy, Download the song Tumar Bouncy

Tumar Bouncy

DETROIT DYG

Logori, Listen the song Logori, Play the song Logori, Download the song Logori

Logori

Wild Shooter

Seniguti, Listen the song Seniguti, Play the song Seniguti, Download the song Seniguti

Seniguti

Rohit Sonar

Frustrated Freestyle, Listen the song Frustrated Freestyle, Play the song Frustrated Freestyle, Download the song Frustrated Freestyle

Frustrated Freestyle

Rock B

About song

Artists :D VIBE$
Album: Upohar
Genre :Hip Hop
0 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records

Lyrics

Yeah, yeah, yeah
Owh, owh
জীয়াই তুলিলা (জীয়াই তুলিলা)
Yeah

শুনা না (Yeah), যদি মাত দিওঁ তোমাক তুমি আহিবানে মোৰ বাবে উলাই
শুনা না (Yeah), যদি কেতিয়াবা পৰি যাওঁ তুমি বাৰু উঠাবানে মোক
শুনা না (Yeah), যদি নাইকিয়া হৈ যায় সকলো তুমি থাকিবানে
শুনা না (Yeah), মনত তোমাক কৰো কিন্তু কবলে মোৰ hard lage (Yeah)

কিমান দিন ৰাখিম লুকাই আৰু এনেকে (এনেকে)
কোনেনো ৰাখে লুকাই বাৰো এনেকে (এনেকে)
কৈ দিলে যদি এৰি যোৱা দূৰলে (দূৰলে)
মই ভয় কৰো তোমাকে হেৰাবলে (হেৰাবলে)
ভুল কৰা বাদ দিছোঁ বহু মই আগতেই (আগতেই)
শিকিছো বহুত but মনেটো নেমানেই (নেমানে)
গ্ৰহণ কৰিছোঁ মৰম যিমান দিবা (যিমান দিবা)
ৰাতি শুৱাৰ আগত দেখো মই তোমাকেই (তোমাকেই)
এতিয়া মই মগ্ন তোমাতেই (তোমাতেই)
দিনক দিনে বাঢ়ি গৈছে মৰমবোৰেই (মৰমবোৰেই)
সময় থমকি ৰয় তোমাক চালে (তোমাক চালে)
মোৰ হৃদয়ে তোমাকেই বিচাৰে

শুনা না (Yeah), যদি মাত দিওঁ তোমাক তুমি আহিবানে মোৰ বাবে উলাই
শুনা না (Yeah), যদি কেতিয়াবা পৰি যাওঁ তুমি বাৰু উঠাবানে মোক
শুনা না (Yeah), যদি নাইকিয়া হৈ যায় সকলো তুমি থাকিবানে
শুনা না (Yeah), মনত তোমাক কৰো কিন্তু কবলে মোৰ hard lage (Yeah)

কিছু কথা কবলে মোৰ hard লাগে (Hard লাগে)
Everytime থাকোঁ মই ভাবনাতে (ভাবনাতে)
Dying inside but জীয়াই আছোঁ বাহিৰতে (বাহিৰতে)
মোৰ tears বোৰ মোৰ চকুৰ কাষতে (কাষতে)
দেখাব নোৱাৰিম কিছু সময় মই তোমাকে (তোমাকে)
ভাঙিব নিদিও কাৰণ হব নিদিও একোৱেই (একোৱেই)
মই কৰিছোঁ সকলো handle (Handle)
বয়সত সৰু but বহুতেই pressure (Pressure)

মই নেজানো মোৰ কিনো হল (কিনো হল)
কিন্তু মই জানো তুমিযে কত (তুমি কত)
মোৰ হৃদয়ত প্ৰতিটোপল (প্ৰতিটোপল)
চায়া হৈ তুমি (Yeah)

শুনা না (Yeah), যদি মাত দিওঁ তোমাক তুমি আহিবানে মোৰ বাবে উলাই
শুনা না (Yeah), যদি কেতিয়াবা পৰি যাওঁ তুমি বাৰু উঠাবানে মোক
শুনা না (Yeah), যদি নাইকিয়া হৈ যায় সকলো তুমি থাকিবানে
শুনা না (Yeah), মনত তোমাক কৰো কিন্তু কবলে মোৰ hard lage (Yeah)

শুনা না (Yeah)