Artists :Mon Manashi,MD ProductionGenre :Bihu144 PlaysMusic: MD ProductionTune: Prasanna ParashLyricist: Mantu DasComposition: Mantu DasCopyright © MD ProductionLyricsমাকো মাৰি মাৰি তাতেনো বৈ আছিলোঁঅ সোনকণতোৰে কথা ভাবি লৈ চকুৰ টিপে মাৰিতোকেনো মই মাতিলোঁঅ সোনকণমোৰেনো ঐ কাষলৈ X2মাকো মাৰি থাকোঁতেতোৰে কথা ভাবোঁতে X2অ....সোনকণঘনাইনো সুতা ছিঙেঘনাইনো সুতা ছিঙেতাঁতৰ পিৰিটি ঐ নামেৰেতিনিটি ঐ আখৰেগামোচাতে লিখিলোঁঅ সোনকণমৰম তোমাৰ নামকেমৰম তোমাৰ নামকে মই--------অন্তৰা------কেতেকী চৰাইয়ে কাটেনোসৰু সুতামনেৰে মাজতে কিহৰেগুনা গথা X2সপোনৰ শালিকী চৰাইয়েআহে মোলে কাষলেদিলেহি বতৰা তোক(মাকো মাৰি থাকোঁতেতোৰে কথা ভাবোঁতে) X2অ....সোনকণঘনাইনো সুতা ছিঙেঘনাইনো সুতা ছিঙেতাঁতৰ --------অন্তৰা------ঢোলৰ মাততঅ সোনকণপেপাৰ মাততঅ সোনকণতাঁতৰ মাকো অ সোনকণপিচলি পৰেতোৰে কথা চেনাই ধনভাবি ভাবিচেনাই ধনবুকুতে মোৰচেনাই ধনগাজনী মাৰেতোৰে কথা ভাবোঁতেতোকেনো চাই থাকোঁতেঅ....সোনকণঘনাইনো সুতা ছিঙেঘনাইনো সুতা ছিঙেতাঁতৰ ঘনাইনো সুতা ছিঙেঘনাইনো সুতা ছিঙেতাঁতৰ