Moi Tumar Kun
Similar songs
Alop Bujibi Toi
Pankaj Pran,Richa Bharadwaj03:26
Pamne Tumak
Himdip Deuri03:45
Bhalpuwa Enekuwai
Arundhati Bhanupriya03:59
Tumi Hahi Diyana
Gitartha Girin,Papori Gogoi05:26
Fagun
Pranjal Prantic03:15
Dum Maro Dum
Pina Deb Raag03:50
Moi Geet Rachim
Sibcharan Das03:21
Morome Tanise
Rinku Keshab,Papori Gogoi05:11
Niyor
Dikshu Sarma04:30
Kaliya Kanai
Sumit Medhi03:13
Similar Songs
Alop Bujibi Toi
Pankaj Pran,Richa Bharadwaj
Pamne Tumak
Himdip Deuri
Bhalpuwa Enekuwai
Arundhati Bhanupriya
Tumi Hahi Diyana
Gitartha Girin,Papori Gogoi
Fagun
Pranjal Prantic
Dum Maro Dum
Pina Deb Raag
Moi Geet Rachim
Sibcharan Das
Morome Tanise
Rinku Keshab,Papori Gogoi
Niyor
Dikshu Sarma
Kaliya Kanai
Sumit Medhi
About song
Genre :Romantic
572 Plays
Music & Composition: Pallab Talukdar
Lyrics: Maitrayee Patar
Copyright © Baahi Originals
Lyrics
মনৰ মাটিত ফুলা তুমি মোৰ বাৰিষাৰ গোন্ধ
নিয়ৰৰ টোপালত জিলিকা আহিনৰ অজলা জোন
ৰাতিৰ শেৱালি এমুঠি তোমাৰ বাবেই সৰে
নকৈ আকাশক তোমাৰ, মই তোমাৰ কোন
তুমি মোৰ কোন
বৰষুণ পখীটি উৰি যায় চটিয়াই বাৰিষাৰ গোন্ধ
অকলে নিয়ৰে সামৰে অপেক্ষাৰে জোন
মোৰ ৰাতিৰ শেৱালি এজুপি তোমাৰ বাবেই যে সৰে
নকয় মাথোঁ আকাশক তোমাৰ, মই তোমাৰ কোন
তুমি মোৰ কোন, মই তোমাৰ কোন
অ' মোৰে সোণ
অ' সোণ, বিৰহৰে দিন শ্যামল হ'লে
অ' মোৰ জোন, মেৰিয়াবহি কোমল সুৰে
ডাৱৰে জানে আকাশতে তাক সাৱটি ৰাখে কোনে
দুৰে দুৰেও মাটিয়ে জানে ডাৱৰ যে তাৰ কোন
হেঁপাহৰে বৰষুণ, অ' মোৰে সোণ
অ' মোৰে জোন