Morom Loga
Similar songs
Bokibo De
JUNNUN02:39
Gajaraaj
Minimi03:27
Dhou
Breezu Saikia03:41
Khuje Khuje
Zubeen Garg,Vishal Kalita03:37
Gaane Gaane
Bad Poet Society03:37
Tumar Babe
Ranjit Das,Pahari Saikia04:30
Khuj
DX Deep02:30
Xarothi
A.Vibe03:15
PRATYAHBAAN
DOL03:24
Aai Loi Pronam
Chinmoy New Breed04:11
Similar Songs
Bokibo De
JUNNUN
Gajaraaj
Minimi
Dhou
Breezu Saikia
Khuje Khuje
Zubeen Garg,Vishal Kalita
Gaane Gaane
Bad Poet Society
Tumar Babe
Ranjit Das,Pahari Saikia
Khuj
DX Deep
Xarothi
A.Vibe
PRATYAHBAAN
DOL
Aai Loi Pronam
Chinmoy New Breed
About song
Album: Upohar
Genre :Hip Hop
3 Plays
Music: B Music Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
(Yeah, yeah, yeah, yeah)
B music production
Yeah
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
মায়া লগা তোমাৰ দুচকুতে (দুচকুতে)
জীয়াই থাকিব প্ৰেৰণা দিয়ে (প্ৰেৰণা)
হৃদয়ে মাথোঁ তোমাকেই বিচাৰে (Yeah, yeah)
নেজানো কেনে আছা তুমি (তুমি)
কোৱা মোক এবাৰ হলেও
নেজানো তোমাৰ খবৰ কিনো (খবৰ)
শুধে মোক মনে বাৰে বাৰে (বাৰে বাৰে)
স্ত্বব্দ মই (স্ত্বব্দ মই), হৈ যাওঁ (হৈ যাওঁ)
যেতিয়াই তোমাকেই দেখা পাও (দেখা পাও)
ভাবনাতে (ভাবনাতে), মইযে (মইযে)
বৈ যাওঁ (বৈ যাওঁ), ধাৰাষাৰে (ধাৰাষাৰে)
বুকুখন ফালি চালে তোমাৰেই নাম (তোমাৰ)
সপোনবোৰ গঢ়িছে মই তোমাতে যাম
তুমি থাকিলে লগত সাহস পাম
তুমি নাথাকিলে ঠিকনা কত পাম (কত পাম)
তুমি মোৰ হৈ ৰোৱানা (ৰোৱানা)
তুমি আঁতৰি নাযাবা (নাযাবা)
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
ৰৈ থাকে (ৰৈ থাকে)
মনতে মোৰ (মনতে মোৰ)
কিছুকথা (কিছুকথা)
ভালপোৱাই (ভালপোৱাই)
মোক দিলে (মোক দিলে)
এক নতুন ৰাস্তা (নতুন ৰাস্তা)
প্ৰেৰণা মই পালোঁ (মই পালোঁ)
আগুৱাই গৈ আছোঁ (গৈ আছোঁ)
নেজানো কি হব আছে (হব আছে)
মই মাথোঁ ভাবিছোঁ, ভাবিছোঁ (মই ভাবিছোঁ)
Yeah, yeah
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
মায়া লগা তোমাৰ দুচকুতে (দুচকুতে)
জীয়াই থাকিব প্ৰেৰণা দিয়ে (প্ৰেৰণা)
হৃদয়ে মাথোঁ তোমাকেই বিচাৰে (বিচাৰে)
তোমাকেই বিচাৰে
তোমাকেই বিচাৰে