Artists :Zubeen Garg,Sannidhya BhuyanGenre :Classical460863 PlaysComposition - Sannidhya BhuyanMusic - AarxslanMix & Master - Rajnish SaikiaLyrics - Rajib BhuyanGuitar - Hirak Jyoti SarmaCopyright © Baahi OriginalsLyricsনিশিগন্ধা ভাঙে তন্দ্ৰামন আকাশৰ মধুচন্দ্ৰামনৰে আউঁসী জোনাকে বিনাশীপোহৰৰে মেলা পাতেমনৰে পদুলি উদুলি-মুদুলিমন ভৰে উলাহতে…মনৰে কতনা গুপুত এষণা পলকতে মিচিকিয়াই হিয়াৰে যাতনা অলেখ বেদনা নিমিশতে পাহৰাই মন বিবসনা মূকলি জপনা তোমাৰে সুবাস পাই হিয়াৰে থাপনা তোমাৰেই কামনা আশাৰে আছো বাট চাইনিশিগন্ধা ভাঙে তন্দ্ৰামন আকাশৰ মধুচন্দ্ৰামনৰে আউঁসী জোনাকে বিনাশীপোহৰৰে মেলা পাতেমনৰে পদুলি উদুলি-মুদুলিমন ভৰে উলাহতে…