Artists :Sonit SankarGenre :Pop112 PlaysMusic: Pulak NathTune: Sonit SankarLyricist: Sonit SankarComposition:Copyright © D10 Media NetworkLyricsঅ মামা দি দিলালাখে লাখে চাকৰিআমাৰ পিছে ভাগ্যতহে নহ'লঅ মামা নাপালোঁচৰকাৰী চাকৰিআমাৰ লিখা পঢ়াই যে নহ'ল।চাই থাক চাই থাকঅ আমাৰ ভেবা লাগি ৰ লাগিলগৰ বোৰে পায়ে গ'ল চাকৰিসিহঁতৰহে লাগিল গতিধুনীয়া ধুনীয়া ছোৱালীনাচাও নাচাও আৰু মইসিহঁতৰ মন পাবলৈতো মইচাকৰিয়াল নহয়।চাকৰিয়াল ল'ৰা আহিদুদিন পিছত বিয়া পাতিলৈয়ে যাব চাই থাকোঁতেধুনীয়া বোৰক।আমিযে বেকাৰ ভাইআমাৰ কোনো দাম নাইথাকিলে চাকৰি সঁচাকেকথাই যে বেলেগ ভাই।খাই থাক খাই থাকঅ আমাৰ ঢোকে ধোকে খাই থাকলাওপানী চুলাই মদ গিলি লৈসপোনতে ডুবি থাক।কটিয়া মটিয়া এজনীকচপাই লৈ আনিম মইদুখীয়া হলেও কথা নাইসংসাৰখন ৰচিম মইবিধাতাৰ লিখনিনাছিলেই কিজানিএইখন মোৰ সঁচাই বাৰুকপালনে চোতাল।আমিহে বেকাৰ ভাইআমাৰ কোনো দাম নাইথাকিলে চাকৰি সঁচাকেকথাই যে বেলেগ ভাই