Artists :Maitrayee PatarAlbum: Raati Raati SopuneGenre :Modern12 PlaysMusic:Pallab TalukdarTune:Lyricist:Mriganka Nath MKComposition:Mriganka Nath MKCopyright © SmallBird ProductionLyricsৰাতি ৰাতি সপোনে ঘৰ সাজেৰাগী লাগি আবেগে নাচি উঠেঅকাৰণে অজানিতে বুকুতেকিহৰেনো কঁপনি বাঢ়ি আহেহেঙুলী আকাশৰমেঘে অঁকা ছবিখনি যেন তুমিবসন্তৰ ৰং লাগিবৈ অহা আকলুৱা সুৰ এটিহুম...হুম...হুম...হুম....হুম...হুম...হু.হু..হুম..হুম...হুম...হুম...হুম....হুম...হুম...হু.হু..হুম..জোনাকৰে সতে তুমি আহিবাউম সনা হাঁহিৰে জোকাবাজোনাকৰে সতে তুমি আহিবাউম সনা হাঁহিৰে জোকাবা মতলীয়া ফাগুনৰ ৰংবোৰ দুহাতেৰে মুঠি মুঠি সিচিবামৌ সনা মাতেৰে কৈ যোৱাতুমি আজি মোৰ মাথো মোৰ হোৱাউভতিব খুজিও থমকিবা বুকুৰে এচুকত লিখি থোৱাহেঙুলী আকাশৰমেঘে অঁকা ছবিখনি যেন তুমিবসন্তৰ ৰং লাগিবৈ অহা আকলুৱা সুৰ এটিহুম...হুম...হুম...হুম....হুম...হুম...হু.হু..হুম..হুম...হুম...হুম...হুম....হুম...হুম...হু.হু..হুম..ৰাতি ৰাতি সপোনে ঘৰ সাজেৰাগী লাগি আবেগে নাচি উঠেলা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..লা..আ...আ..