Sinaki Pokhi
Similar songs
03:14
Jaane Ja
Bikash Medhi04:52
Hebang buli Nahahibi
Zubeen Garg03:34
Kasturi
Yaan Baruah05:43
Nirob Nixaa
Akash Pratim Baruah,The Indie Chronicles04:08
O Jew
Dorxon,Nipu Bhuyan04:55
In The Scene
Swadhyay,Gourav Maama Saikia03:59
Rooh
Rohit03:42
HEZAR SIYOR
Manoram,Dr J04:54
Tumi Tumi
Achurjya Borpatra04:11
Similar Songs
Kayum
T. Satya Mili,Mousumi Doley
Jaane Ja
Bikash Medhi
Hebang buli Nahahibi
Zubeen Garg
Kasturi
Yaan Baruah
Nirob Nixaa
Akash Pratim Baruah,The Indie Chronicles
O Jew
Dorxon,Nipu Bhuyan
In The Scene
Swadhyay,Gourav Maama Saikia
Rooh
Rohit
HEZAR SIYOR
Manoram,Dr J
Tumi Tumi
Achurjya Borpatra
About song
Genre :Rock
3297 Plays
Lyrics : Lakhimi Saikia Borah
Composed : Amar Jyoti Gayon
Music : Banchan Borkotoky
Mix / Mastering: Subham Pathak (chhattisgarh)
Guitars : Bhaskar Saikia
Bass : Ankush Saikia aka Guddu
Drums : Joy Das
Violin : Manash Saikia
Copyright © Anurag Dutta
Lyrics
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি,
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি।
মৰম আকলুৱা
মন ভাগৰুৱা,
মৰম আকলুৱা
মন ভাগৰুৱা।
বিচাৰি বিচাৰি তোক.....
খালোঁ হাবাথুৰি!
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি,
ক'তেনো হেৰাল মোৰ চিনাকি পখী।
কাৰ পৰশত তই আছ গৈ উমলি,
সেন্দুৰীয়া হ'ল আজি আবেলিৰে বেলি।
আবেগৰে বৰষুণ
দুচকুতে সৰে চোন,
আবেগৰে বৰষুণ
দুচকুতে সৰে চোন।
আহিবি নে কাষৰলৈ
দুপাখি মেলি!
ক'তেনো হেৰাল মোৰ চিনাকি পখী।
নিজান দুপৰত
আহঁতৰে তলত
সৰাপাতে নিচুকাই উকা হৃদয়ত
নিজান দুপৰত
আঁহতৰে তলত
সৰাপাতে নিচুকাই উকা হৃদয়ত
স্পন্দিত কলিজাত
নিদিবি তই আঘাত
স্পন্দিত কলিজাত
নিদিবি তই আঘাত
মৰহিব ভালপোৱা.....
বিৰহৰ ধুমুহাত
বিৰহৰ ধুমুহাত !!