Baahi by xomoy

Rename playlist

Tumar Hahi, Listen the songs of  Tumar Hahi, Play the songs of Tumar Hahi, Download the songs of Tumar Hahi

Tumar Hahi

Copyright © Mogno 4ever Records

Similar Songs

Kio Mon Beya Hoise (outro), Listen the song Kio Mon Beya Hoise (outro), Play the song Kio Mon Beya Hoise (outro), Download the song Kio Mon Beya Hoise (outro)

Kio Mon Beya Hoise (outro)

D VIBE$

Kamere Anibi Bhagyo, Listen the song Kamere Anibi Bhagyo, Play the song Kamere Anibi Bhagyo, Download the song Kamere Anibi Bhagyo

Kamere Anibi Bhagyo

AMY BURAGOHAIN

Fake Rappers, Listen the song Fake Rappers, Play the song Fake Rappers, Download the song Fake Rappers

Fake Rappers

Zin

Aya: Dé Aya: Dé, Listen the song Aya: Dé Aya: Dé, Play the song Aya: Dé Aya: Dé, Download the song Aya: Dé Aya: Dé

Aya: Dé Aya: Dé

Mohim Pegu

Saporidem Romnigmil, Listen the song Saporidem Romnigmil, Play the song Saporidem Romnigmil, Download the song Saporidem Romnigmil

Saporidem Romnigmil

Sarbeswar Kardong

Palu Moi Bisari, Listen the song Palu Moi Bisari, Play the song Palu Moi Bisari, Download the song Palu Moi Bisari

Palu Moi Bisari

Rituraj Bordoloi

Nalage Tuk, Listen the song Nalage Tuk, Play the song Nalage Tuk, Download the song Nalage Tuk

Nalage Tuk

NOTXOFAR

Kyun, Listen the song Kyun, Play the song Kyun, Download the song Kyun

Kyun

AASHU,Sllice

Xomaaj Mane, Listen the song Xomaaj Mane, Play the song Xomaaj Mane, Download the song Xomaaj Mane

Xomaaj Mane

WordKing

Jibon Manei, Listen the song Jibon Manei, Play the song Jibon Manei, Download the song Jibon Manei

Jibon Manei

Santanu Rajbanshi

About song

Artists :D VIBE$
Album: Upohar
Genre :Hip Hop
2 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records

Lyrics

Owooooo
দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
(yeah, yeah, owoo, oowoo)

দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)
.
কোন সঁৰগৰ পৰা আহিছা বাৰু তুমি কোৱা মোক (yeah, yeah)
Friend ক call কৰি সুধিছিলো তোমাৰেই যে নামটো মই (why)
তাৰ পিছত কৰিলোঁ search চাৰি ঘণ্টা
বিচাৰিছোঁ তোমাক give up মই নাই কৰা (নাই)
মনে কলে আৰু request টো দিলোঁ পঠাই (দিলোঁ)
তোমাৰ নাম আছিল বেলেগ but মই পালোঁ তোমাক (পালোঁ)
Happy থাকিবলে মইযে তোমাকেই চাওঁ
তুমি দিয়া মৰম নুহুধিলেও মোকযে ইমান
সুখৰ আন এটা defination হলা তুমি
সেইবাবে care কৰোঁ তোমাৰেই বহু বেছি (yeah)
Protect কৰিম মই তোমাক at any cost (yeah)
নাই একো স্বাৰ্থ just মনত আছে love (love)
সময় ঘুৰাম কাৰণ তুমিয়েই দিয়া প্ৰেৰণা
Over & over মই তোমাৰ বাবে পগলা
কোনে জানে হবলে আছে কিযে কালি (yeah)
জীয়াইছো মোৰ সময়বোৰো যেন নাই কালি (কালি)
সপোনতো মই দেখো তোমাকেই আজি (আজি)
Late night তুমি wake company দিও আজি (yeah, yeah)

দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)

আগতে আছিলোঁ মই বহু ভাগৰুৱা (yeah, yeah)
কিন্তু তুমি হলা জীয়াবলে প্ৰেৰণা (প্ৰেৰণা)
Stuck মই আছিলোঁ তুমি ৰাস্তা দিলা (woah)
Low মোৰ জীৱন তুমি মোক high ৰাখা (yeah)
Feelings বোৰে মোক কৈ থাকে তোমাৰ নাম
নকৰোঁ ignore কাৰণ তুমি prior হয় (হয়)
I feel myself যেতিয়া তুমি মোৰ কাষত.
Overthink কৰি মই পালোঁ কিছু উত্তৰ
তোমাৰ হাঁহিৰ বাবে মোৰ জীৱনত পোহৰ (woah)
কিছু কথা আছে ৰৈ মোৰ মনৰ মাজত (মাজত)
আৰু ৰৈ ৰাখে এনেকে মোৰ মনৰ মাজত (yeah)
আৰু ৰৈ থাকিব এনেকে মোৰ মনৰ মাজত (yeah, yeah)

দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)