Baahi by xomoy

Rename playlist

Tumi Jen Upohar, Listen the songs of  Tumi Jen Upohar, Play the songs of Tumi Jen Upohar, Download the songs of Tumi Jen Upohar

Tumi Jen Upohar

Copyright © Mogno 4ever Records

Similar Songs

Haevan, Listen the song Haevan, Play the song Haevan, Download the song Haevan

Haevan

Badnem

Dhou, Listen the song Dhou, Play the song Dhou, Download the song Dhou

Dhou

Breezu Saikia

Hridoy, Listen the song Hridoy, Play the song Hridoy, Download the song Hridoy

Hridoy

Krishanu Das

Shiva Hey, Listen the song Shiva Hey, Play the song Shiva Hey, Download the song Shiva Hey

Shiva Hey

Minimi

SLIME, Listen the song SLIME, Play the song SLIME, Download the song SLIME

SLIME

Monjit 99

BHUMIPUTRO, Listen the song BHUMIPUTRO, Play the song BHUMIPUTRO, Download the song BHUMIPUTRO

BHUMIPUTRO

DETROIT DYG,Kausar XID

Kyun, Listen the song Kyun, Play the song Kyun, Download the song Kyun

Kyun

AASHU,Sllice

Morom Loga, Listen the song Morom Loga, Play the song Morom Loga, Download the song Morom Loga

Morom Loga

D VIBE$

Kio Mon Beya Hoise (outro), Listen the song Kio Mon Beya Hoise (outro), Play the song Kio Mon Beya Hoise (outro), Download the song Kio Mon Beya Hoise (outro)

Kio Mon Beya Hoise (outro)

D VIBE$

Fly, Listen the song Fly, Play the song Fly, Download the song Fly

Fly

YOUNGSTAR 2.0,WENDOKIDD

About song

Artists :D VIBE$
Album: Upohar
Genre :Hip Hop
0 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records

Lyrics

তুমি যেন উপহাৰ হৈ আহিছাঁ
Deep x on the track (yeah)

তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)

থাকা তুমি মাথোঁ মনৰ মাজতে
Thanks কব বিচাৰোঁ তোমাৰ মা-দেউতাকে (yeah)
যদিহে লগ নেপালো হয় তোমাকে (তোমাকে)
গানবোৰো মই কেনেক বনালো হেঁতেন (woah, woh, woh, woh)
কাৰণ তুমি আৰু মই melody ত (melody ত)
তোমাৰ প্ৰেমতেইযে মই বিলীন (মই বিলীন)
সাজিম ঘৰখনো মহানগৰীত (নগৰীত)
কব আছে তোমাক ভাল পাওঁ বুলি (ভাল পাওঁ বুলি)

মোৰ হাতত সময় আছে কম
But নমৰালৈকে মই ৰম
তুমিযে উশাহ হৈ পৰিছা আৰু এইটো তুমি জানা
কেতিয়া তুমি বুজিবা এবাৰ ঘুৰি মোকতো চাবা
তোমাৰ হবলগীয়া সকলো মৰম তোমাৰ বাবে


তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)

তুমি মনৰ মাজতেই প্ৰতিপল
হৈ যোৱা মোৰ তুমি চায়া প্রতিক্ষণ (woh)
বিচাৰিছোঁ তোমাকে (তোমাকে), শুনিছাঁনে তুমি (তুমি)
ৰহস্য আছিলোঁ (চিলো), তুমি মোক জানা আজি (আজি)
Underrated হয় মই (হয় মই), কিন্তু কৰোঁ exist (exist)
11th APBN (woh), yes তাই হয় from AP (yeah)
Yes তাই দিয়ে মোক feel (মোক feel)
Yes তাই keeper for real (for real)
নাইদেখা তাইৰ দৰে কতো (কতো)
অ তাই হয় different maybe (woah)

তুলনা নাই তাইৰ কাৰো লগতে (লগতে)
Loyal তাইৰ বাবে নুদেখো আন কাকোকেই (আন কাকোকেই)
মই down আছিলোঁ bad তাই মোক চালে (চালে)
কলে তাই পাৰিবা তুমি সকলোৱেই

তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)
তুমি যেন উপহাৰ হৈ আহিছাঁ জীৱনত (জীৱনত)
দূৰত থাকিলেও যেন তুমি মোৰ কাষত (মোৰ কাষত)
মলয়াৰ বতাহে আনিছে প্ৰেমৰ বতৰ (প্ৰেমৰ বতৰ)
জানানে তুমি বাৰু থাকা মনৰ মাজত (মনৰ মাজত)

Yeah, yeah
yeah, মনৰ মাজত
Yeah, yeah, yeah
Ow uh, ow uh