Bekhere Kanino
Ramesh Rava04:22
04:22
04:18
04:58
03:19
02:58
01:37
05:29
03:15
03:44
03:16
"কি সপোনে আহি
সানিলেহি ঢৌ
আবেগৰে নৈ
যাব খোজে বৈ
তোমালৈ
মৌনতাই আজি
আগুৰিলে মোক
বাৰে বাৰে গৈ
আজি থমকি ৰৈ
তোমালৈ
সমীৰেও আহিলে পাখি মেলি
দুৰণিতে থাকিও কাষত তুমি
বিচাৰোঁ সীমনা ভেদি
আকাশেও কলে আহি আজি
তোমাকে লৈ ৰামধেনু আঁকি
হৃদয়ৰ দোমোজা ভাঙি
সাতুৰঙী পোহৰে
কিনো সুবাস বিলালে
বুজিও তুমি নুবুজানে
আলসুৱা মৰমে
কিনো কয় অজানিতে
বুজিও তুমি নুবুজানে
আহিবানে তুমি মোৰ কাষৰলে
তোমাতেই মৰমবোৰ বিলাবলে
অচিনা বতাহে মায়া আনে
দুবাহুৰ মাজতে জিৰাবলে
যদি তুমি বুজি নো চোৱা
লাহে লাহে খুলিনো কোৱা
মৰমৰ সূতিতে বোৱানা"