Artists :Anju PanchiGenre :Chill4297 Plays♫ Composition: Bedobrata Gogoi, Nabajit Baruah ♫ Lyrics: Mondeep Boruah ♫ Music: Gourisnkr ♫ Mix-Master: Mukti Muhurta HazarikaCopyright © Anju PanchiLyricsশীতল ৰজনী মোৰ ধুনীয়া এই প্ৰকৃতি সঁচাই নিজু ৰজনী আন্ধাৰে ঢাকিলে সোনালী নৈ খন পোহৰতে জিলিকা সপোন হেৰুৱা এই ক্ষণবোৰ আজি সোৱৰণি হল কালি জোন মোৰ আপোন আজি দূৰণি সৰাপাত শেৱালি শুৱনি নিলীমাই বিয়পাই দি ধোৱে জোনালী বনৰীয়া বনত ধেমেলীয়া হাঁহি তাৰে মাজতে লৰালি উশাহৰ উমতে বিচাৰো সুবাস হেপাহে মেলে পোহাৰ বিচাৰি সোনালী বোৰ ভাগৰুৱা মই শুব দিয়ানা কোলাত জোনাক হাঁহে বেথা মোৰ সামৰি যদিও ধূসৰিত এই অতীত সৰাপাত শেৱালি শুৱনি নিলীমাই বিয়পাই দি ধোৱে জোনালী বনৰীয়া বনত ধেমেলীয়া হাঁহি তাৰে মাজতে লৰালি