Artists :Manoram,Dr JAlbum: অক্লান্তGenre :Rock1426 PlaysVocals: ManoramLyricist: ManoramComposition: ManoramRap Composition and Lyrics : Dr JMusic Arrangement and Production - Dr JMix & Master – Dr J at Electric Soul StudioCopyright © Manoram Lyricsহেজাৰ চিঞৰকেনি হেৰাল।নিমাত নিজাননিৰব ধৰা।সেউজী ধৰণিনতুনৰ ৰ'দালিনিলাকৈ জলধাৰাবৈ যোৱা জুৰিতি।কেনি হেৰাল সকলো আজিউকা হৈ ৰয়এই পৃথিৱী।উভতাই বিচাৰোঁৰঙীন পৃথিৱী জীৱ কুলে ভৰি পৰা ।নাথাকক কোনোধ্বংস প্ৰবৃত্তিবিৰাজক শান্তি সৰলতা।তোৰ বিপ্লৱী আবেগতে ক’লা ডাৱৰধ্বংস কৰি পেলা তই অন্ধকাৰৰসমাজৰে শ্মশানতে পগলা কিয়মৌন উঠতে তোৰ হেজাৰ চিঞৰ ।পামনে ঘূৰাই এই ধৰণীচিৰ চেনেহৰ এই পৃথিৱী।হেজাৰ চিঞৰকেনি হেৰাল।নিৰব ধৰানিমাত নিজান ।