Artists :Amar Sivam,Kalyan Jyoti Deka,Gyandeep Kalita,Himangshu DekaGenre :Romantic2727 Plays▶ Audio Credits: ♫ Singer : Amar Sivam♫ Lyrics : Kalyan Jyoti Deka♫ Composition : Gyandeep Kalita♫ Classical Part Composition : Amar Sivam♫ Music Producer : Amar Sivam & Himangshu Deka♫ Mixing & Mastering : Amar Sivam♫ Flute : Gauranga Rajj♫ Tabla : Amar Sivam♫ Electric Guitar : Amar SivamCopyright © Amar SivamLyricsহেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনাজাগি উঠা হেপাঁহৰ তুমিয়েই প্ৰেৰণাসাঁচি থোৱা মৰমৰে তুমিয়েই ঠিকনাআহিবা নে তুমি দিবলে সহাঁৰিযাচিবা নে তুমি মৰম এধানিহেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনামতলীয়া মোৰ গানৰ তোমাতেই সাধনামতলীয়া মোৰ গানৰ তোমাতেই সাধনা…Classical & Music...গোপনে বুকুত শিপালা তুমি মোৰলাজুকী হাঁহিৰে হৰিলা তুমি মোক ফাগুনী পছোৱাৰে সাৱটিলা তুমি মোকসপোনী বাটেৰে আদৰিলা তুমি মোকআধা লিখা জীৱনৰে তুমিয়েই কবিতাজ্বলি উঠা প্ৰণয়ৰে তুমিয়েই শলিতাআহিবা নে তুমি দিবলে সহাঁৰিযাচিবা নে তুমি মৰম এধানিসাঁচি থোৱা মৰমৰ তুমিয়েই ঠিকনা জাগি উঠা হেপাঁহৰে তুমিয়েই বাসনাহেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনা...Classical & Music...